Windows DVD প্লেয়াৰ
22
Windows 10-ৰ বাবে Windows DVD প্লেয়াৰে আপোনাৰ প্ৰিয় DVD-বোৰ চাবলৈ ইয়াক সজহ কৰি তোলে৷ DVD-ভিডিঅ' সজ্জাত বাণিজ্যিক আৰু ঘৰত তৈয়াৰী ডিস্ক দুয়োটা চাওক৷ এই এপ্প্টোক এটা DVD-সক্ষম অপ্টিকেল ড্ৰাইভৰ আৱশ্যক৷ টোকা: এই এপ্প্টোৱে Blu-ray ডিস্কবোৰ বজাব নোৱাৰে৷