Microsoft সংবাদ ব্ৰেকিং নিউজ আৰু বিশ্বাসযোগ্য বাতৰি পৰিৱেশন কৰে, বিশ্বৰ শ্ৰেষ্ঠতম সাংবাদিকসকলৰ তত্বগধুৰ বাতৰি পৰিৱেশন কৰে এই নিউজে।
- আমাৰ সম্পাদকসকলে আটাইতকৈ বিশ্বাসযোগ্য, গুৰুত্বপূৰ্ণ আৰু প্ৰচলিত বাতৰি পৰিৱেশন কৰে
- আপুনি কি বষয়ৰ সৈতে অধিক জড়িত সেই বিষয়টো বাচনি কৰক।
- তাৎক্ষণিকভাৱে আৰু সঠিকতাৰে Microsoft সংবাদ 24/7 আপোনাক ব্ৰেকিং নিউজৰ ন’টিফিকেশ্যন প্ৰদান কৰে, প্ৰতিমুহুৰ্ততে
- সমগ্ৰ এপ্প আৰু ৱেবত আপোনাৰ অগ্ৰাধিকাৰযোগ্য বিষয়সমূহ ছিনক্ৰ’নাইজ কৰক
সমগ্ৰ বিশ্বৰে ভালেমান দেশৰ কেবাশ বাতৰি প্ৰকাশকৰ সৈতে অংশীদাৰীত্বৰে কাম কৰে Microsoft সংবাদ। 3,000 শীৰ্ষ ব্ৰেণ্ডৰ পৰা বিভিন্ন বিষয় আহৰণ কৰ 20 ৰো অধিক দেশৰ সংস্কৰণ বাচনি কৰক।
সকলোসময়তেই শেহতীয়া খবৰেৰে সমৃদ্ধ হৈ থাকিবলৈ Microsoft সংবাদ আপোনাক সহজ কৰাই তোলে, সেয়া বিভিন্ন কাহিনীৰ পৰা কাহিনেয়ই হওঁক বা বিভিন্ন শাখাৰ পৰা শাখায়েই হওঁক। আমাৰ পৰিস্কাৰ ডিজাইনে আপোনাক আমাৰ লেখাসমূহ সুন্দৰ আৰু সৰলতাৰে পঢ়াৰ সুবিধা কৰি দিয়ে, নিশা পঢ়াৰ বাবে ইয়াত আছে ‘ডাৰ্ক মোড’। এই এপ্পটো বিনামূলীয়াকৈ ডাউনলোড কৰিব পাৰিব আৰু অপৰিসীমভাৱে ব্যৱহাৰ কৰিব পাৰিব, ইয়াৰ মাজত আপুনি লেখা পঢ়া বা ভিডিঅ’ চোৱা সকলো সন্নিৱিষ্ট থাকিব।