যদি আপোনাৰ এটা স্কেনাৰ আছে, তেন্তে এই এপ্প্টোৱে নথিপত্ৰ আৰু চিত্ৰসমূহক স্কেন কৰি আপুনি য'তেই সেইবোৰক সংৰক্ষণ কৰিব বিচাৰে তাতেই সংৰক্ষণ কৰিব পৰাকৈ সহজ কৰি তুলিছে৷ আপুনি ফ্লেটবেডৰ পৰা এখন ফটো স্কেন কৰাৰ সময়ত বা নথিপত্ৰ ফীডাৰ ব্যৱহাৰ কৰি একাধিক পৃষ্ঠা স্কেন কৰাৰ সময়ত, স্কেন এপ্প্টো উত্তম সহায়ক হিচাপে পৰিগণিত হয়৷