Windows সহায়+আভাসসমূহ এপ্প্ৰ সৈতে Windows 8.1 কেনেকৈ ব্যৱহাৰ কৰিব তাৰ বিষয়ে প্ৰাথমিক কথাখিনি শিকক৷ আপোনাৰ OneDrive ক্লাউড ষ্ট'ৰেজ ব্যৱহাৰ কৰি আৰম্ভণি স্ক্ৰীণৰ বিষয়ে, আশে-পাশে নেভিগেট কৰাৰ বিষয়ে, অনুসন্ধান কৰাৰ বিষয়ে অধিক বিচাৰক আৰু অধিক লাভ কৰক৷ এনিমেট হৈ থকা ভিডিঅ'সমূহে স্পৰ্শ কৰি বা মাউচৰ দ্বাৰা বস্তুসমূহ কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱায়৷ এপ্প্ৰ সোঁফালৰ পৰা Windows.com-ত অনুসন্ধান কৰক বা যদি আপোনাৰ প্ৰয়োজন হয় তেন্তে অধিক তথ্য বা সমৰ্থন লাভ কৰিবলৈ অন্তৰ্নিহিত লিংকসমূহৰ এটাত ক্লিক কৰক৷