ৰীডাৰ
2529
PDF, XPS আৰু TIFF ফাইলসমূহ খুলিবলৈ ৰীডাৰ ব্যৱহাৰ কৰক৷ নথিপত্ৰসমূহ চাবলৈ, শব্দ বা বাক্যাংশসমূহ অনুসন্ধান কৰিবলৈ, টোকাসমূহ ল'বলৈ, প্ৰপত্ৰসমূহ পূৰণ কৰিবলৈ আৰু ফাইলসমূহক মুদ্ৰণ বা ভাগ-বতৰা কৰিবলৈ ৰীডাৰে সহজ কৰি তুলিছে৷